ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত কিছু পৰিমাণে হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ৫৩ গৰাকী লোক। ইয়াৰে ৩৬ আক্ৰান্ত গুৱাহাটী হানগৰৰ। মৃত্যু ১ আক্ৰান্তৰ। বিগত ২৪ ঘন্টাত আক্ৰান্ত হাৰ ০.৩৩ শতাংশ। সুস্থতাৰ হাৰ ৯৮.৬৭শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৬,৯৮৭ । মৃত্যুমুখত পৰিছে ১৬২ আক্ৰান্ত। সুস্থতাৰ হাৰ ৯৮.৪০ শতাংশ।সুস্থতাৰ হাৰ ০.৫১ শতাংশ।।

You might also like
Leave A Reply

Your email address will not be published.