ক’ভিড আপডেট

নিউজ ডেস্ক—

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ৩৫১ গৰাকী লোক। ইয়াৰে ১৬৪ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যু ২গৰাকী আক্ৰান্তৰ। বিগত ২৪ ঘন্টাত পজিটিভিটিৰ হাৰ ০.৯৬ শতাংশ। সুস্থতাৰ হাৰ ৯৮.৫৯ শতাংশ।

আনহাতে দেশতো ভয়াবহ গতিত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৩৩,৭৫০ গৰাকী । মৃত্যুমুখত পৰিছে ১২৩ গৰাকী আক্ৰান্ত। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ১,৪৫,৫৮২গৰাকী।।

You might also like
Leave A Reply

Your email address will not be published.