ক’ভিড আপডেট

ৰাজ্যত ২.৩৭ শতাংশলৈ বাঢ়িল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৮৪৪ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৩৬৯ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ১,১৭,১০০ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৩০২ জন।

You might also like
Leave A Reply

Your email address will not be published.