ক’ভিড আপডেট

ৰাজ্যত ভয়াবহ গতিত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। ৰাজ্যত হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে ক’ভিডত আক্ৰান্তৰ সংখ্যাই। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ১,১৬৭গৰাকী লোক। ইয়াৰে ৫১৭ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যু ২গৰাকী আক্ৰান্তৰ। আৰোগ্যৰ হাৰ ৯৮.২২ শতাংশ।

 

আনহাতে দেশত ক’ভিডৰ তৃতীয় জোৱাৰ। ভয়াবহ গতিত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ১,৪১,৫২৫গৰাকী । মৃত্যুমুখত পৰিছে ২৮৩ গৰাকী আক্ৰান্ত।

You might also like
Leave A Reply

Your email address will not be published.