ৰাজ্যত হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে কভিড আক্ৰান্তৰ সংখ্যা। ৰাজ্যত ৫.৫৯ শতাংশলৈ বাঢ়িল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২,৮৩৭ গৰাকী। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৮৭০ লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ১,৯৪,৭২০ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৪৪২ গৰাকী।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
You might also like