ক’ভিড আপডেট

নিউজ ডেস্ক— ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ৩,৬৭৭ গৰাকী লোক। ইয়াৰে ৭৬৮ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যুমুখত পৰিছে ২০ গৰাকী আক্ৰান্ত।পজিটিভিটীৰ হাৰ ৮.২৮ শতাংশ। আৰোগ্যৰ হাৰ ৯৩.৯৫ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ২,৫১,২০৯ গৰাকী । মৃত্যুমুখত পৰিছে ৬২৭ গৰাকী আক্ৰান্ত।

You might also like
Leave A Reply

Your email address will not be published.