নিউজ ডেস্ক— ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ৩২ গৰাকী লোক। ইয়াৰে ১৪ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যুমুখত পৰাৰ সংখ্যা ০ । পজিটিভিটীৰ হাৰ ০.৮৯ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৮৫ শতাংশ।
আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ১৩,১৬৬ গৰাকী ।মৃত্যুমুখত পৰিছে ৩০২ গৰাকী আক্ৰান্ত।পজিটিভিটীৰ হাৰ ১.২৮ শতাংশ।