ক’ভিড আপডেট

দুবছৰৰ পিছত কোভিড শূন্য হ’ল অসম। ২৪ ঘণ্টাত অসমত নাই এজনো কোভিড ৰোগী। যোৱা ২৪ ঘণ্টাত এজনো মৃত্যু হোৱা নাই কোভিড ৰোগী।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ২৫০৩ গৰাকী। মৃত্যুৰ মুখত পৰিছে ২৭ গৰাকী আক্ৰান্ত। পজিটিভিটিৰ হাৰ ০.৪৭ শতাংশ।

You might also like
Leave A Reply

Your email address will not be published.