ক’ভিড আপডেট

নিউজ ডেস্ক-ক’ৰনাত ৩ লক্ষাধিকৰ মৃত্যু হােৱা বিশ্বৰ তৃতীয় দেশ ভাৰত। । বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত হৈছে ২ লাখ ২২ হাজাৰ ৩১৫ গৰাকী লোক। ২৪ ঘন্টাত প্ৰাণ হেৰুৱাইছে ৪ হাজাৰ ৪৫৪ গৰাকীয়ে।
অসমৰ ক’ৰনা-সৃষ্ট পৰিস্থিতি ক্ৰমাৎ উন্নত। ৰাজ্যত ৫.১৬ শতাংশলৈ হ্ৰাস কােভিড আক্ৰান্তৰ হাৰ। বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত হৈছে ৬,২২১ গৰাকী। ইয়াৰ বিপৰীতে মৃত্যুমুখত পৰিছে ৮৪ গৰাকী। গুৱাহাটী মহানগৰত আক্ৰান্ত হৈছে ৭২৯ গৰাকী।
বিশ্বত মুঠ আক্ৰান্ত ১৬৭,৯৮০,১২৪ গৰাকী লোক। মৃত্যুমুখত পৰিছে ৩,৪৮৭,০০৩ গৰাকী। এই পৰ্যন্ত আৰোগ্য লাভ কৰিছে ১৪৯,২৯৬,০৯৪ গৰাকী।◼◼◼◼

You might also like
Leave A Reply

Your email address will not be published.