ক’ভিড আপডেট

নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ এজনো আক্ৰান্ত হোৱা নাই কোভিডত। যোৱা ২৪ ঘণ্টাত এজনো কোভিড আক্ৰান্তৰ মৃত্যু হোৱা নাই । দৈনিক পজিভিটিৰ হাৰ ০.০০ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৯০ শতাংশ।

আনহাতে দেশত ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে কোভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৩,৭১৪ গৰাকী। মৃত্যুমুখত পৰিছে ৭ গৰাকী লোক।

 

You might also like
Leave A Reply

Your email address will not be published.