ক’ভিড আপডেট

নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ১ গৰাকী লোক। আক্ৰান্ত গৰাকী কামৰূপ (মেট্ৰ’)ৰ। যোৱা ২৪ ঘণ্টাত এজনো কোভিড আক্ৰান্তৰ মৃত্যু হোৱা নাই। পজিটিভিটিৰ হাৰ ০.৩০ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৯০ শতাংশ।

আনহাতে দেশত ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে কোভিড আক্ৰান্তৰ সংখ্যা। দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৭,২৪০ গৰাকী। মৃত্যুমুখত পৰিছে ৮ গৰাকী লোক। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৩২,৪৯৮ গৰাকী লোক।

You might also like
Leave A Reply

Your email address will not be published.