ক’ভিড আপডেট

নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৫ গৰাকী লোক। আক্ৰান্তসকলৰ ৩ গৰাকী কামৰূপ (মেট্ৰ’)ৰ। কামৰূপ (গ্ৰাম্য) আৰু কাছাৰ জিলাত আক্ৰান্ত হৈছে ১ গৰাকীকৈ লোক। যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু ২ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ২.২৪ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৮৯ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৬,৫৯৪ গৰাকী। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৫০,৫৪৮ গৰাকী লোক।

You might also like
Leave A Reply

Your email address will not be published.