ক’ভিড আপডেট!

নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৮৩ গৰাকী লোক। আক্ৰান্ত সকলৰ ২৬ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ৭ গৰাকী গোৱালপাৰা জিলাৰ, ৬ গৰাকী শিৱসাগৰ জিলাৰ আৰু ৫ গৰাকী কাৰ্বি আংলং জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ৩.৩৫ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৩ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৬,৮০৯ গৰাকী । পজিটিভিটিৰ হাৰ ২.১২ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৬৯ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৫৫,১১৪ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.