ক’ভিড আপডেট

নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৫৩ গৰাকী লোক। আক্ৰান্ত সকলৰ ১৬ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ৬ গৰাকী নগাঁও জিলাৰ, ৪ গৰাকী কাৰ্বি আংলং জিলাৰ, ৩ গৰাকী গোলাঘাট জিলাৰ, , ৩ গৰাকী মৰিগাঁও জিলাৰ আৰু ১ গৰাকী শোনিতপুৰ জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ১ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.৯৬ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৪ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৪,৪১৭ গৰাকী । পজিটিভিটিৰ হাৰ ১.২০ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৬৯ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৫২,৩৩৬ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.