ক’ভিড আপডেট

নিউজ ডেস্ক:

দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৫,২২১ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ১৫ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ২.৮২ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭১ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৪৭,১৭৬ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.