ক’ভিড আপডেট

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৩৩ গৰাকী লোক। আক্ৰান্ত সকলৰ ১০ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ৪ গৰাকী যোৰহাট জিলাৰ, ৩ গৰাকী বৰপেটা জিলাৰ, ৩ গৰাকী দৰং জিলাৰ আৰু ৩ গৰাকী লক্ষীমপুৰ জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.৮৬ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৫ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৩,২৩০ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ৩২ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.১৮ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭২ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৪২,৩৫৮ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.