জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা। কাশ্মীৰৰ কুলগাম জিলাৰ ৱেলছবাটাপুৰা গাঁৱত ভাৰতীয় সেনাই জম্মু-কাশ্মীৰ আৰক্ষী আৰু চি আৰ পি এফৰ সৈতে চলোৱা যৌথ অভিযানত নিহত জৈছ- ই- মহম্মদৰ সৈতে জড়িত এটা দুধৰ্ষ পাকিস্তানী সন্ত্ৰাসবাদী । নিহত সন্ত্ৰাসবাদীটোক আবু হুৰাৰা বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে, কুলগামত এটা অচিনাক্ত সন্ত্ৰাসবাদীৰ উপস্থিতি সন্দৰ্ভত নিৰ্দিষ্ট তথ্য লাভ কৰাৰ লগে লগে সোমবাৰে নিশা প্ৰায় ১:৪৫ত সংঘটিত হৈছিল এই সফল অভিযানটো।।

You might also like
Leave A Reply

Your email address will not be published.