ক’ভিড আপডেট

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৬ গৰাকী লোক। আক্ৰান্ত সকলৰ ৫ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ আৰু ১ গৰাকী আক্ৰান্ত চৰাইদেউ জিলাৰ। যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ১০ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.৮৬ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৫ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ২,০৬০ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ১০ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.৮৬ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৫ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ২৬,৮৩৪ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.