ক’ভিড আপডেট

দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১,৯৯৪ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ৪ গৰাকী আক্ৰান্তৰ।পজিটিভিটিৰ হাৰ ১.২৪ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৬ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ২৩,৪৩২ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.