কেন্দ্রীয় গৃহ সচিব অজয় কুমাৰ ভল্লাৰ কাৰ্যকাল বৃদ্ধি

কেন্দ্রীয় গৃহ সচিব অজয় কুমাৰ ভল্লাৰ কাৰ্যকাল বৃদ্ধি। ২০২৩ চনৰ ২২ আগষ্টলৈকে এবছৰৰ বাবে কাৰ্যকাল বৃদ্ধি কৰা হৈছে কেন্দ্ৰীয় গৃহ সচিব গৰাকীৰ। একেটা পদত অজয় কুমাৰ ভল্লাৰ কাৰ্যকাল তৃতীয়বাৰৰ বাবে বৃদ্ধি কৰা হৈছে ।

১৯৮৪ৰ অসম-মেঘালয় কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ভল্লাই ২০১৯ চনৰ আগষ্ট মাহত গৃহ সচিব হিচাপে নিযুক্তি লাভ কৰিছিল। ২০২০ চনৰ নৱেম্বৰ মাহত নিজৰ ৬০ বছৰ বয়সত তেওঁ অৱসৰ লোৱাৰ কথা আছিল ।।

You might also like
Leave A Reply

Your email address will not be published.