অধিকাৰৰ যুঁজত আৰু এখোপ অগ্ৰসৰ দেশৰ কৃষক। কেন্দ্ৰীয় কেবিনেটত গৃহিত হল কৃষি আইন বাতিলৰ প্ৰস্তাব। ১৯ নবেম্বৰত তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে। সংসদৰ শীত কালিন অধিবেশনত উত্থাপনৰ পাছত উভয় সদনত গৃহিত হলেই বাতিল হব বিতৰ্কিত কৃষি আইন।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.