কৰিমগঞ্জত ড্ৰাগছ সহ আটক ৩ সৰবৰাহকাৰী

কৰিমগঞ্জত সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) আৰু ৰাতাবাৰী আৰক্ষীৰ যুটীয়া অভিযান। অভিযানত প্ৰায় ৬০৫ গ্ৰামৰ ৪৬ টা হেৰ’ইনৰ কণ্টেইনাৰ সহ ৩ ড্ৰাগছ সৰবৰাহকাৰীক আটক।
কৰিমগঞ্জৰ নিভিয়া বজাৰ অঞ্চলত AS12 D 1969 নম্বৰৰ এখন বাহনেৰে ড্ৰাগছ কঢ়িয়াই নিয়াৰ চেষ্টা চলাওঁতেই ধৰা পৰে ৩ সৰবৰাহকাৰী।।

You might also like
Leave A Reply

Your email address will not be published.