পশ্চিম বংগত ভয়ংকৰ পথ দুৰ্ঘটনা

পশ্চিম বংগৰ নাদিয়াত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা পথৰ কাষত ৰৈ থকা এখন ট্ৰাকক মেটাড’ৰ এখনে খুন্দা মৰাত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত ১৮ জন লোক নিহত হোৱাৰ লগতে ৫ জন গুৰুতৰভাৱে আহত হয়।

প্ৰাপ্ত খৱৰ মতে, শনিবাৰে নিশা উত্তৰ ২৪ পৰগণাৰ বাগদাৰ পৰা এটা মৃতদেহ সৎকাৰ কৰিবলৈ গৈ থকা আৱস্থাত মেটাড’ৰখনে ৰাস্তাৰ কাষত ৰখাই থোৱা শিলভৰ্তি এখন ট্ৰাকত খুন্দা মাৰিছিল।

You might also like
Leave A Reply

Your email address will not be published.