ক’ভিড আপডেট

নিউজ ডেস্ক—

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। ৰাজ্যত শনিবাৰৰ দিনটোত ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ১২৩ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ৫৮ গৰাকী কামৰূপ মহানগৰৰ। মৃত্যু হৈছে ৫গৰাকী আক্ৰান্তৰ। বিগত ২৪ঘন্টাত আক্ৰান্তৰ হাৰ ০.৪৫শতাংশ। ৰাজ্যত সুস্থতাৰ হাৰ ৯৮.৫৭শতাংশ।
আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ৮,৩১৮ গৰাকী লোক। মৃত্যুমুখত পৰিছে ৪৬৫ ক’ভিড আক্ৰান্ত। ক’ভিড আক্ৰান্তৰ হাৰ ০.৮৬ শতাংশ।আৰোগ্যৰ হাৰ ৯৮.৩৪শতাংশ।

You might also like
Leave A Reply

Your email address will not be published.