নিউজ ডেস্ক:
১ এপ্ৰিলৰ পৰা টবলেছ পাণ্ডেক জীৱন বীমা নিগমৰ কাৰ্যবাহী সঞ্চালক পদত নিযুক্তি । জীৱন বীমা নিগমে (LIC) মঙলবাৰে সদৰি কৰে এই খবৰ। কাৰ্যবাহী সঞ্চালক টবলেছ পাণ্ডেক পৰিচালনা সঞ্চালকলৈ উন্নীত কৰিছে জীৱন বীমা নিগমে। বৰ্তমানৰ পৰিচালনা সঞ্চালক বি চি পাটনায়কৰ স্থান ল’ব পাণ্ডেয়ে। বৰ্তমান চাৰিজনকৈ পৰিচালনা সঞ্চালক আছে জীৱন বীমা নিগমত।।