তেজপুৰ পালেহি M.V গংগা বিলাস!

বুধবাৰে সন্ধিয়াৰ ভাগত তেজপুৰত উপস্থিত হয় পৃথিৱীৰ সৰ্ববৃহৎ ৰিভাৰ ক্ৰুজ গংগা বিলাস।

নিউজ ডেস্ক:

বুধবাৰে সন্ধিয়াৰ ভাগত তেজপুৰত উপস্থিত হয় পৃথিৱীৰ সৰ্ববৃহৎ ৰিভাৰ ক্ৰুজ গংগা বিলাস। তেজপুৰত উপস্থিত হোৱাৰ পাছতে পৰ্যটকসকলক উষ্ম আদৰণি তেজপুৰ জিলা প্ৰশাসনৰ। নিশাটো ব্ৰহ্মপুত্ৰৰ মাজতে কটোৱাৰ অন্তত আজি তেজপুৰৰ ঐতিহাসিক স্থানসমূহ পৰিভ্ৰমণ কৰিব বিদেশী পৰ্যটকসকলে।

উল্লেখ্য যে, ৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ্ অফ্ কৰা জাহাজখনে বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰি তেজপুৰ পোৱালৈকে এম ভি গংগা বিলাসে অতিক্ৰম কৰিলে মুঠ ২৮৮০ কিলোমিটাৰ জলপথৰ দূৰত্ব।।

You might also like
Leave A Reply

Your email address will not be published.