দেশবাসীৰ বাবে সুখবৰ

নিউজ ডেস্ক– বিগত ৪০ দিনৰ পিছত প্ৰথমবাৰৰ বাবে ২ লাখৰ তললৈ নামিল ভাৰতত কােভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত কােভিডত আক্ৰান্তৰ সংখ্যা ১ লাখ ৯৬ হাজাৰ ৮২৭ গৰাকী। মৃত্যুমুখত পৰিছে ৩,৫১১ গৰাকী। আৰােগ্য লাভ কৰিছে ৩,২৬,৮৫০ গৰাকীয়ে।◻◻◻◻

You might also like
Leave A Reply

Your email address will not be published.