বেদখল সন্দৰ্ভত চাঞ্চল্যকৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
এটা বিশেষ গোষ্ঠীৰ সামুহিক চিন্তা অসম দখল কৰা
বছৰেকত ৩ টাকৈ সমষ্টি দখলৰ চেষ্টা এই গোষ্ঠীৰ
২০২৬ চনৰ ভিতৰত জনগাঁথনি সলনি কৰাৰ লক্ষ্য একাংশৰ
২০৫০ চনৰ ভিতৰত শাসনৰ বাঘজৰী নিজৰ হাতলৈ অনাৰ চেষ্টাৰে বেদখল
বেদখলকাৰীৰ পৰৱৰ্তী লক্ষ্য ছিপাঝাৰ,বৰচলা আৰু লামডিং
গৰুখুঁটিৰ ৬০ শতাংশ লোকৰে NRCত নাম নাই
বাঘবৰ,দলগাঁৱৰ পৰা আহি দখল কৰিছিল গৰুখুঁটি
NRCত নাম নথকা কাকো ভূমি প্ৰদান কৰা নহয়।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Prev Post
Next Post
You might also like