ধেমাজিত মুখ্যমন্ত্ৰীৰ চাঞ্চল্যকৰ মন্তব্য

বেদখল সন্দৰ্ভত চাঞ্চল্যকৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
▶️এটা বিশেষ গোষ্ঠীৰ সামুহিক চিন্তা অসম দখল কৰা
▶️বছৰেকত ৩ টাকৈ সমষ্টি দখলৰ চেষ্টা এই গোষ্ঠীৰ
▶️২০২৬ চনৰ ভিতৰত জনগাঁথনি সলনি কৰাৰ লক্ষ্য একাংশৰ
▶️২০৫০ চনৰ ভিতৰত শাসনৰ বাঘজৰী নিজৰ হাতলৈ অনাৰ চেষ্টাৰে বেদখল
▶️বেদখলকাৰীৰ পৰৱৰ্তী লক্ষ্য ছিপাঝাৰ,বৰচলা আৰু লামডিং
▶️গৰুখুঁটিৰ ৬০ শতাংশ লোকৰে NRCত নাম নাই
▶️বাঘবৰ,দলগাঁৱৰ পৰা আহি দখল কৰিছিল গৰুখুঁটি
▶️NRCত নাম নথকা কাকো ভূমি প্ৰদান কৰা নহয়।।

You might also like
Leave A Reply

Your email address will not be published.