পঞ্জাৱৰ লুধিয়ানাত ভয়ংকৰ বিস্ফোৰণ।

নেচনেল ডেস্ক:

ঞ্জাৱৰ লুধিয়ানাত ভয়ংকৰ বিস্ফোৰণ। লুধিয়ানাৰ গিয়াচপুৰাত সংঘটিত হয় এই গেছ বিস্ফোৰণ। বিস্ফোৰণৰ ফলত থিতাতে নিহত হয় কমেও ৯ গৰাকী লোক। আনহাতে বিস্ফোৰণত গুৰুতৰভাৱে আহত হয় ১১ গৰাকী লোক । ঘটনাস্থলীত আৰক্ষী আৰু NDRFৰ দল উপস্থিত হৈ অব্যাহত ৰাখিছে উদ্ধাৰ কাৰ্য। অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে জুই। গেছ বিস্ফোৰণৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই। বিস্ফোৰণত আহত সকলক ততাতৈয়াকৈ নিকটৱৰ্তী হাস্পতাললৈ প্ৰেৰণ কৰা হয়।।

You might also like
Leave A Reply

Your email address will not be published.