পাকিস্তানৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ভয়ংকৰ আক্ৰমণ!

ইণ্টাৰনেচনেল ডেস্ক:

পাকিস্তানৰ কৰাচীত আৰক্ষীৰ মুখ্য কাৰ্যালয়ত তেহৰিক-ই-তালিবান (পাকিস্তান)ৰ ভয়ংকৰ আক্ৰমণ।ভয়ংকৰ আক্ৰমণত আৰক্ষীসহ চাৰিজন লোক নিহতৰ বিপৰীতে আহত ১৭ জন লোক। আনহাতে আৰক্ষীৰ প্ৰত্যাক্ৰমণত নিহত পাঁচ তেহৰিক-ই-তালিবানৰ সদস্য।

উল্লেখ্য যে, এমাহৰ ভিতৰত পাকিস্তানত নিৰাপত্তা বাহিনীত এইটোৱেই দ্বিতীয়টো বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ। ইয়াৰ পূৰ্বে পেছাৱৰ পুলিচ লাইনৰ মছজিদত সংঘটিত আত্মঘাতী বিস্ফোৰণত নিহত হৈছিল প্ৰায় ১০০ জন আৰক্ষীৰ লোক ।।

You might also like
Leave A Reply

Your email address will not be published.