প্ৰচণ্ড ভূমিকম্পই কঁপালে নিউজিলেণ্ডৰ কেৰমাডেক দ্বীপপুঞ্জ!

ৰিখটাৰ স্কেলত ৬.৬ প্ৰাবল্যত অনুভূত হয় এই ভূমিকম্প। ভূমিকম্পটোৰ অভিকেন্দ্ৰ ভূপৃষ্ঠৰ পৰা ১৮৩ কিলোমিটাৰ গভীৰতাত!

ইণ্টাৰনেচনেল ডেস্ক:

নিবাৰে প্ৰচণ্ড ভূমিকম্পই কঁপালে নিউজিলেণ্ডৰ কেৰমাডেক দ্বীপপুঞ্জ। ৰিখটাৰ স্কেলত ৬.৬ প্ৰাবল্যত অনুভূত হয় এই ভূমিকম্প। ভূমিকম্পটোৰ অভিকেন্দ্ৰ ভূপৃষ্ঠৰ পৰা ১৮৩ কিলোমিটাৰ গভীৰতাত। খৱৰটো সদৰি কৰে ইউৰোপীয় ভূমধ্যসাগৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই। অৱশ্যে ভূমিকম্পৰ পিছত কোনো ধৰণৰ চুনামীৰ আশংকা স্পষ্ট হোৱা নাই বুলি জনাইছে মাৰ্কিন বিশেষজ্ঞ মহলে।।

You might also like
Leave A Reply

Your email address will not be published.