পৰেশ বৰুৱালৈ পত্ৰ IHRCৰ

নিউজ ডেস্ক, এন ই ভাৰত

পৰেশ বৰুৱালৈ পত্ৰ আন্তঃৰাষ্ট্ৰীয় মানব অধিকাৰ পৰিষদ(IHRC)ৰ। শান্তি আলোচনাৰ বাবে আলফা স্বাধীনে দেখুওৱা শেহতীয়া আগ্ৰহক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ অধীনস্থ সংস্থাটোৰ।প্ৰয়োজন সাপেক্ষে আলফা-চৰকাৰৰ আলোচনাত মধ্যস্থতাৰ বাবেও আগ্ৰহ প্ৰকাশ IHCRৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে বিদ্ৰোহী সমস্যাৰ ফলপ্ৰসু সমাধানৰ বাবে পৰেশ বৰুৱালৈ আলোচনাৰ আহ্বান জনাইছে আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে।।

You might also like
Leave A Reply

Your email address will not be published.