জম্মু-কাশ্মীৰত বজ্ৰপাতৰ ফলত মৃত্যুমুখত পৰে ২৫০ তকৈও অধিক ভেড়া।
জম্মু-কাশ্মীৰৰ কোকেৰনাগৰ হোক্সাৰ বনাঞ্চলত প্ৰায় ৩৫০ টা ভেড়াৰ জাক এটাৰ ভিতৰত ২৫০ টা ভেড়া বজ্ৰপাতৰ ফলত ঘটনাস্থলীত মৃত্যুমুখত পৰে। উল্লেখ্য যে, কেইদিনমান ধৰি ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ ফলত অঞ্চলটোত স্তব্ধ হৈ পৰিছে জনজীৱন। যথেষ্ট সমস্যাৰ সন্মুখিন হৈছে পশু পালক আৰু গৰখীয়াসকল। যোৱা কেইসপ্তাহমান ধৰি তীব্ৰ শিলাবৃষ্টি, বৰষুণ, বতাহ আৰু বজ্ৰপাতৰ ফলত কাশ্মীৰ উপত্যকাত ক্ষতি হৈছে অজস্ৰ পশুধন আৰু সম্পত্তিৰ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
বজ্ৰপাতত মৃত্যু ২৫০ টা পশুধন!
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like