বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

আজি জয়পুৰ অঞ্চলৰ শুকানজুৰিত টেঙাখাট‌ আৰু নাহৰকটীয়া আবকাৰী বিভাগৰ লগতে জয়পুৰ আৰক্ষীৰ যৌথ অভিযানকাৰীৰ দলে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।অভিযানত‌ জয়পুৰ শুকান জুৰিৰ এখন দোকানৰ পৰা অৰুণাচলী সুৰা IMFL ২৬.৫০ লিটাৰ জব্দ কৰিবলৈ সক্ষম হয়।।

You might also like
Leave A Reply

Your email address will not be published.