আজি ২৫ ডিচেম্বৰ

➡️১৮৬১ চনৰ ২৫ ডিচেম্বৰ তাৰিখে মদন মালব্যৰ জন্ম হৈছিল।
➡️১৮৭৬ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ জন্মদাতা মহম্মদ আলী জিন্নাৰ জন্ম হৈছিল।
➡️১৯২৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ৰাজনীতিবিদ অটল বিহাৰী বাজপেয়ীৰ জন্ম হৈছিল।
➡️১৯৭২ চনৰ ২৫ ডিচেম্বৰ তাৰিখে জাতীয়তাবাদী নেতা, প্ৰথম ভাৰতীয় গৱৰ্নৰ জেনেৰেল চক্ৰৱৰ্তী ৰাজা গোপালাচাৰীৰ মৃত্যু হৈছিল।
➡️১৯৭৭ চনৰ আজিৰ দিনটোতে বিশ্ববিখ্যাত শিল্পী চাৰ্লি চেপলিনৰ মৃত্যু হৈছিল।
➡️১৯৯১ চনৰ ২৫ ডিচেম্বৰ তাৰিখে ছোভিয়েট ৰাছিয়াৰ ছুপ্ৰিম ছোভিয়েট ভংগ।মিখাইল গৰ্বাচেভৰ পদত্যাগ।
➡️১৯৯৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জাইল সিঙৰ মৃত্যু হৈছিল।
➡️২০০১ চনৰ এই দিনটোতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অতুল চন্দ্ৰ বৰুৱাৰ মৃত্যু হৈছিল।
➡️২০০৫ চনৰ আজিৰ দিনটোতে বিশিষ্ট সমাজকৰ্মী, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.