ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত ক‘ভিড পৰিস্থিতিৰ উন্নতি ঘটিলেও সংক্ৰমণ এতিয়াও অব্যাহত আছে। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ৯৩ গৰাকী লোক। ইয়াৰে ৪৭ আক্ৰান্ত গুৱাহাটী হানগৰৰ। মৃত্যু ২ আক্ৰান্তৰ। বিগত ২৪ ঘন্টাত আক্ৰান্ত হাৰ ০.৩৩ শতাংশ। সুস্থতাৰ হাৰ ৯৮.৬২শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৬,৬৫০ । মৃত্যুমুখত পৰিছে ৩৭৪ আক্ৰান্ত। সুস্থতাৰ হাৰ ৯৮.৪০ শতাংশ।সুস্থতাৰ হাৰ ০.৫১ শতাংশ।।

You might also like
Leave A Reply

Your email address will not be published.