বিমান দুৰ্ঘটনাত নিহত উইং কমাণ্ডাৰ

পুনৰ দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় বায়ুসেনাৰ বিমান। ৰাজস্থানত প্ৰশিক্ষণৰত অবস্থাতে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।দুৰ্ঘটনাত নিহত উইং কমাণ্ডাৰ হৰশিত সিনহা।এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰি টুইট ভাৰতীয় বায়ুসেনাৰ।।

You might also like
Leave A Reply

Your email address will not be published.