ভাৰত-ৰাছিয়াৰ মাজত ২৮ চুক্তি স্বাক্ষৰিত

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ চলিত ভাৰত ভ্ৰমণ কালত দুয়ো দেশৰ মাজত বৈদেশিক আৰু প্ৰতিৰক্ষা ক্ষেত্ৰত স্বাক্ষৰ হ’ল চাৰিখনকৈ গুৰুত্বপূৰ্ণ চুক্তি। সোমবাৰে ভাৰত আৰু ৰাছিয়াৰ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ মাজত হোৱা প্ৰথম ২+২ বৈঠকত ভাৰতে ৰাছিয়াৰ সৈতে চাৰিখন চুক্তি স্বাক্ষৰ কৰে।

জানিব পৰা মতে, আলোচনাত নতুন দিল্লীৰ চীনা আক্ৰমণৰ লগতে কোভিড-১৯ মহামাৰীৰ বিষয়ো অন্তৰ্ভূক্ত থাকে। দুয়ো দেশৰ মাজত সৰ্বমুঠ ২৮ খন চুক্তি স্বাক্ষৰিত হয়।।

You might also like
Leave A Reply

Your email address will not be published.