মাজ আকাশত হাহাকাৰ!

মাজ আকাশত হাহাকাৰ! এয়াৰ ইণ্ডিয়া (AI106) নতুন দিল্লী- নিউয়ৰ্ক বিমানৰ জৰুৰীকালীন অৱতৰন!

নেচনেল ডেস্ক:

মাজ আকাশত হাহাকাৰ! এয়াৰ ইণ্ডিয়া (AI106) নতুন দিল্লী- নিউয়ৰ্ক বিমানৰ জৰুৰীকালীন অৱতৰন। প্ৰায় ৩০০ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া বয়িং 777-300ER বিমানখনে যান্ত্ৰিক বিজুটিৰ বাবে চুইডেনৰ ষ্টকহমত জৰুৰীকালীন অৱতৰন কৰে। বিমানৰ ইন্ধন লিক হোৱা বাবে এটা ইঞ্জিন বন্ধ হোৱাত জৰুৰীকালীন অৱতৰন কৰে। খৱৰটো সদৰি কৰে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে।

অৱতৰনৰ সময়ত বিমানৰ ভিতৰৰ সকলো যাত্ৰী নিৰাপদে থকা বুলি অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে জানিবলৈ দিয়ে। বিমানখনৰ যান্ত্ৰিক দিশসমূহৰ পৰ্যবেক্ষণ অব্যাহত আছে।।

You might also like
Leave A Reply

Your email address will not be published.