মেক্সিকোত ভয়ংকৰ পথ দুৰ্ঘটনা!

ইণ্টাৰনেচনেল ডেস্ক:

মেক্সিকোত ভয়ংকৰ পথ দুৰ্ঘটনা। ভেনিজুৱেলা, কলম্বিয়া আৰু মধ্য আমেৰিকাৰ পৰা প্ৰব্ৰজনকাৰীক লৈ যোৱা এখন বাছ মধ্য মেক্সিকোত বাগৰি পৰাৰ ফলত সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত বাছখন মেক্সিকোৰ দক্ষিণ সীমান্তৱৰ্তী চহৰ টাপাচুলাৰ পৰা মেক্সিকো চহৰলৈ গৈ আছিল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত মহিলাসহ নিহত ১৭ গৰাকী লোক। আনহাতে দুৰ্ঘটনাত আহত হয় কেইবাগৰাকী লোক। ট্যুৰছ টুৰিষ্টিকছ মেডিনা নামৰ ব্যক্তিগত প্ৰতিষ্ঠানৰ অধীনস্থ বাছখনে কঢ়িয়াই আনিছিল ৪৫ গৰাকী লোক।।

You might also like
Leave A Reply

Your email address will not be published.