মেক্সিকোত ভয়ংকৰ বিমান দুৰ্ঘটনা!

দুখন ব্যক্তিগত বিমানৰ সংঘৰ্ষৰ ফলত শিশুসহ ৫ গৰাকী লোকৰ মৃত্যু

ইণ্টাৰনেচনেল ডেস্ক:

মেক্সিকোত ভয়ংকৰ বিমান দুৰ্ঘটনা। দুখন ব্যক্তিগত বিমানৰ সংঘৰ্ষৰ ফলত শিশুসহ ৫ গৰাকী লোকৰ মৃত্যু। খবৰ মতে, দুখন চেছনা বিমানৰ এখন উৰণৰ সময়ত আৰু আনখন অৱতৰণ কৰি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাৰ পিছতে দাউদাউকৈ জ্বলি উঠে দুয়োখন বিমান। দুৰ্ঘটনাটো সংঘটিত হয় উত্তৰ মেক্সিকোৰ পশ্চিম ডুৰাংগোৰ লা গালানচিটা চহৰৰ এটা সৰু বিমানবন্দৰত।।

You might also like
Leave A Reply

Your email address will not be published.