লস্কৰ-ই-তৈবাৰ প্ৰাক্তন শীৰ্ষ নেতা আক্ৰাম খানক গুলীয়াই হত্যা!

বৃহস্পতিবাৰে পাকিস্তানৰ বাজাউৰত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে আক্ৰাম খানক

ইণ্টাৰনেচনেল ডেস্ক:

স্কৰ-ই-তৈবাৰ প্ৰাক্তন শীৰ্ষ নেতা আক্ৰাম খান ওৰফে আক্ৰাম গাজীক গুলীয়াই হত্যা । বৃহস্পতিবাৰে পাকিস্তানৰ বাজাউৰত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে আক্ৰাম খান ওৰফে আক্ৰাম গাজীক। ২০১৮ চনৰ পৰা ২০২০ চনলৈ লস্কৰ-ই-তৈবাৰ নিযুক্তি কোষৰ নেতৃত্ব দিছিল আক্ৰাম গাজীয়ে। পাকিস্তানত ভাৰত বিৰোধী ভাষণৰ বাবে পৰিচিত আছিল গাজী।লস্কৰ-ই-তৈবাৰ এজন শীৰ্ষ পৰ্যায়ৰ নেতা গাজীয়ে দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছিল। সন্ত্ৰাসবাদৰ প্ৰতি আকৃষ্ট লোকক চিনাক্ত কৰি সন্ত্ৰাসবাদী সংগঠনটোত নিযুক্তিৰ দায়িত্বত আছিল গাজী।।

You might also like
Leave A Reply

Your email address will not be published.