শ্বাহিদ মাহমুদক বিশ্ব সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা প্ৰস্তাৱত চীনৰ ভেটো!

ইণ্টাৰনেচনেল ডেস্ক:

পুনৰ পাকিস্তানস্থিত লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী শ্বাহিদ মাহমুদক বিশ্ব সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা প্ৰস্তাৱত চীনৰ ভেটো প্ৰদান। বুধবাৰে লস্কৰ-ই-তৈবাৰ দুধৰ্ষ সন্ত্ৰাসবাদী শ্বাহিদ মাহমুদক বিশ্ব সন্ত্ৰাসবাদী হিচাপে তালিকাভুক্ত কৰাৰ বাবে ৰাষ্ট্ৰসংঘত ভাৰত আৰু আমেৰিকাই যৌথভাৱে উত্থাপন কৰািছিল এই প্ৰস্তাৱ। বিগত কেইমাহমানৰ ভিতৰত চতুৰ্থবাৰৰ বাবে চীনে ৰাষ্ট্ৰসংঘৰ মজিয়াত বাধা প্ৰদান কৰে এই প্ৰস্তাৱত ।২০০৭ চনৰ পৰা দুধৰ্ষ শ্বাহিদ মাহমুদ লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী সংগঠনৰ জ্যেষ্ঠ সদস্য ।।

You might also like
Leave A Reply

Your email address will not be published.