২০২১ বৰ্ষত সংবাদ মাধ্যমৰ কামৰ বাবে আটাইতকৈ বিপদজনক দেশ ৰূপে পৰিগণিত হৈছে আফগানিস্তান আৰু মেক্সিকো।মানৱ অধিকাৰ দিৱসৰ প্ৰাকক্ষণত বৃহস্পতিবাৰে জেনেভাত বাৰ্ষিক প্ৰতিবেদনত প্ৰেছ এম্বেল কেম্পেইন (পিইচি)য়ে এই তথ্য সদৰি কৰে। উল্লেখ্য যে,পহিলা জানুৱাৰীৰ পৰা বিশ্বৰ ২৮ খন দেশত এইপৰ্যন্ত ৭৬ গৰাকী সংবাদকৰ্মী আততায়ীৰ হাতত নিহত হৈছে। ইয়াৰে ১২ গৰাকী আফগানিস্তানৰ আৰু ১০ গৰাকী মেক্সিকোৰ।
ইফালে, প্ৰেছ এম্বেল কেম্পেইন (পিইচি)ৰ প্ৰতিবেদনৰ তালিকাত সংবাদম কাৰ্মীৰ বাবে চতুৰ্থখন বিপদজনক দেশ ৰূপে চিহ্নিত হৈছে ভাৰত। আটাইতকৈ বিপদজনক দেশবোৰৰ তালিকাত আছে পাকিস্তান, য়েমেন , ডেমক্ৰেটিক ৰিপাব্লিক অৱ কঙ্গো আৰু ফিলিপাইনছ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like