ৰাজ্যৰ অৰ্থনীতি লৈ মদাহীৰ অৱদান!

নিউজ ডেস্ক:
দাহীয়ে তৰিব দেশ। ৰঙৰ উৎসৱ ফাকুৱাত সুৰাপানেৰে অভিলেখ মহানগৰীৰ। সুৰা বিক্ৰীৰ ক্ষেত্ৰত পুনৰ অভিলেখ গুৱাহাটী মহানগৰীৰ। ফাকুৱাৰ দুটা দিনত কেৱল গুৱাহাটীতে বিক্ৰী হ’ল ১০ কোটি টকাৰ সুৰা। গুৱাহাটীত বিগত ৭ মাৰ্চত ৯ কোটি ৫৮ লাখ টকাৰ সুৰা বিক্ৰী হোৱাৰ বিপৰীতে ৮ মাৰ্চত বিক্ৰী হৈছে ১ কোটিৰো অধিক টকাৰ সুৰা। প্ৰায় ১০ কোটি টকাৰ সুৰা বিক্ৰীৰে মহানগৰীত হোলীত আবকাৰী বিভাগে গঢ়িলে অভিলেখ। উল্লেখ্য যে সুৰা বিক্ৰীত ৰাজ্যৰ ভিতৰতে শীৰ্ষত আছে গুৱাহাটী মহানগৰী।।

You might also like
Leave A Reply

Your email address will not be published.