বৃহস্পতিবাৰে পুৱা মুম্বাই-গোৱা ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰায়গড় জিলাৰ ৰেপলি অঞ্চলৰ গোৱা-মুম্বাই ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মুখামুখী সংঘৰ্ষত কমেও মৃত্যু হয় ৯ জন লোকৰ । নিহতসকলৰ পাঁচ জন পুৰুষ, তিনি গৰাকী মহিলাৰ লগতে এটি শিশু। দুৰ্ঘটনাত আহত দজনৰো অধিক লোক। দুৰ্ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।।

You might also like
Leave A Reply

Your email address will not be published.