আজি ২০ জানুৱাৰী

▶️১৭১৫ চনৰ এই দিনটোতেই ফৰাছী পদাৰ্থবিজ্ঞানী আৰু গণিতজ্ঞ আন্ড্ৰেমেৰী এম্পিয়েৰৰ জন্ম হৈছিল।
▶️১৮৭৯ চনৰ এই দিনটোতেই বিহগী কবি ৰঘুনাথ চৌধাৰীৰ জন্ম হৈছিল।
▶️১৯২০ চনৰ আজিৰ দিনটোতেই ইটালীৰ চলচ্চিত্ৰ পৰিচালক ফেডেৰিকো ফেলিনিৰ জন্ম হৈছিল।
▶️১৯২৬ চনৰ আজিৰ দিনটোতেই কবি-গীতিকাৰ কেশৱ মহন্তৰ জন্ম হৈছিল।
▶️১৯৫৭ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰথম এটমিক ৰিয়েক্টৰ ‘অপ্সৰা’ উদ্বোধন।
▶️১৯৬৫ চনৰ এই দিনটোতেই দেউৰী সাহিত্য সভা(দেউৰী চ্চু-চ্চেবা চ্চোংচ্চা) গঠন।
▶️১৯৭২ চনৰ এই দিনটোতেই মেঘালয়ৰ পূৰ্ণ ৰাজ্যৰ স্বীকৃতি লাভ।
▶️১৯৭২ চনৰ এই দিনটোতেই অৰুণাচল প্ৰদেশক কেন্দ্ৰীয়শাসিত অঞ্চল ৰূপে ঘোষণা।
▶️১৯৭৮ চনৰ আজিৰ দিনটোতেই বাগ্মীবৰ নীলমণি ফুকনৰ মৃত্যু হৈছিল।
▶️১৯৮৬ চনৰ আজিৰ দিনটোতেই কবি-নাট্যকাৰ প্ৰসন্নলাল চৌধুৰীৰ মৃত্যু হৈছিল।
▶️১৯৮৮ চনৰ আজিৰ দিনটোতেই গান্ধীবাদী নেতা খান আব্দুল গফৰ খানৰ মৃত্যু হৈছিল।
▶️১৯৯৮ চনৰ এই দিনটোতেই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ছবি ‘অদাহ্য’ৰ এছিয়াৰ পৰিচালকৰ প্ৰতিযোগিতামূলক শাখাত জুৰীৰ বিশেষ বঁটা লাভ। ছবিখনৰ পৰিচালক ডাঃ সান্ত্বনা বৰদলৈ।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই কানাড়া চিত্ৰনাট্যকাৰ,চিত্ৰ নিৰ্মাতা তথা অভিনেতা গিৰীশ কাৰ্ণাডলৈ ১৯৯৮ চনৰ জ্ঞানপীঠ বঁটা ঘোষণা।
▶️২০০১ চনৰ আজিৰ দিনটোতেই জৰ্জ ডব্লিউ বুশ্বৰ আমেৰিকাৰ ৪৩ সংখ্যক ৰাষ্ট্ৰপতি ৰূপে শপতগ্ৰহণ।।

You might also like
Leave A Reply

Your email address will not be published.