নেচনেল ডেস্ক :

মিজোৰাম আৰক্ষীৰ বৃহৎ সফল অভিযান ।অভিযানত জব্দ ২.৫৫ কেজি হেৰ’ইন।মিজোৰাম আৰক্ষীৰ বিশেষ শাখাৰ এটা দলে আইজল ৰোড এলেকাত অভিযান চলাই এখন ট্ৰাকৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ’ইন খিনি ।আটক কৰে ট্ৰাক চালক আব্দুল মজিদ লস্কৰক ।জব্দকৃত হেৰ’ইন খিনিৰ বজাৰ মূল্য প্ৰায় ১২.৫ কোটি।ট্ৰাক চালকজন কাছাৰ জিলাৰ কোলিচাৰা ঢোলাই অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।অধিক তথ্যৰ বাবে আৰক্ষীয়ে অভিযুক্তক সোধা পোছা অব্যাহত ৰাখিছে ।

You might also like
Leave A Reply

Your email address will not be published.