১৭৮০ চনৰ আজিৰ দিনটোতেই ‘পঞ্জাৱ কেশৰী’ মহাৰাজা ৰঞ্জিত সিংহৰ জন্ম হৈছিল।
১৮৩১ চনৰ আজিৰ দিনটোতেই স্কটলেণ্ডৰ পদাৰ্থ বিজ্ঞানী জেমছ ক্লাৰ্ক মেক্সৱেলৰ জন্ম হৈছিল।
১৯২৩ চনৰ এই দিনটোতেই সাহিত্যিক, অসমীয়া ভাষাৰ গৱেষক উপেন্দ্ৰনাথ গোস্বামীৰ জন্ম হৈছিল।
১৯৩১ চনৰ আজিৰ দিনটোতেই কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰলৈ সাহিত্যৰ নোবেল বঁটা।নোবেল বঁটা লাভ কৰা কবিগুৰুৱেই প্ৰথম ভাৰতীয়।
১৯৪৭ চনৰ এই দিনটোতেই সাহিত্যিক নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ দেহাৱসান।
১৯৯৮ চনৰ আজিৰ দিনটোতেই সাহিত্যিক যজ্ঞেশ্বৰ শৰ্মাৰ দেহাৱসান।
২০০০ চনৰ এই দিনটোতেই সাহিত্যিক, অসমীয়া ভাষাৰ গৱেষক উপেন্দ্ৰনাথ গোস্বামীৰ দেহাৱসান।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৩ নৱেম্বৰ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Next Post
You might also like